অলিভাৰ ছেক্‌ছ (ইংৰাজী: Oliver W. Sacks; ৯ জুলাই ১৯৩৩ - ৩০ আগষ্ট ২০১৫) এগৰাকী জন্মসূত্ৰে ব্ৰিটিছ স্নায়ুতন্ত্ৰবিদ আৰু লেখক। তেওঁ নিউয়ৰ্কত বাস কৰিছিল।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. মানুহৰ মাজত আত্মীয়তাৰ বন্ধনো একপ্ৰকাৰৰ নিৰাময়ৰ ব্যৱস্থা। আমি প্ৰত্যেকেই ইজনে-সিজনৰ চিকিৎসক। [১]

তথ্যউৎস সম্পাদনা কৰক

  1. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই