ৱিকিউদ্ধৃতি:ব্যৱহাৰকাৰীৰ নাম সলনিকৰণ

২০১৪ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা সকলো ৱিকিমিডিয়া প্ৰকল্পৰ সকলো ব্যৱহাৰকাৰীৰ নাম সলনি meta:Steward requests/Username changes ত দাখিল কৰিব লাগিব। ইয়াৰ ভিতৰত অব্যৱহৃত ব্যৱহাৰকাৰীনামৰ পৰিবৰ্তন আৰু বৰ্তমানৰ ব্যৱহাৰকাৰীনাম দখল কৰা অন্তৰ্ভুক্ত। পূৰ্বতে এই কামটো এই প্ৰকল্পত স্থানীয়ভাৱে সম্পন্ন কৰা হৈছিল।