ৰাম
হিন্দু দেৱতা বিষ্ণুৰ অৱতাৰ
ৰাম বা ৰামচন্দ্ৰ (সংস্কৃত: राम) হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ। হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥- অনুবাদ: হে লক্ষ্মণ, এনে স্বৰ্ণময়ী লঙ্কাইও আমাক আকৃষ্ট কৰিব নোৱাৰে। জননী জন্মভূমি স্বৰ্গতকৈও মহান।
- মানক হিন্দী ব্যাকৰণ ঔৰ ৰচনা (কোৰ্ছ এ) ড° কমল সত্যৰ্থী, ড° ৰবি প্ৰকাশ গুপ্ত আৰু দীপ্তি প্ৰকাশ
- অনুবাদ: হে লক্ষ্মণ, এনে স্বৰ্ণময়ী লঙ্কাইও আমাক আকৃষ্ট কৰিব নোৱাৰে। জননী জন্মভূমি স্বৰ্গতকৈও মহান।