৭ ছেপ্টেম্বৰ
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
“যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত; অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৄজাম্যহম; পৰিত্ৰানায় সাধুনাং বিনাশায়চ দুষ্কৃতাম; ধৰ্ম্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে৷ (সন্তক পৰিত্ৰাণ দিবলৈ দুষ্কৃতিকাৰীক বিনাশ কৰিবলৈ আৰু ধৰ্মৰ পুনৰ সংস্থাপন কৰিবলৈ, ভগৱানে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে৷)” |
~ শ্ৰীমদ্ভগৱতগীতা ~ |