১৫ ছেপ্টেম্বৰ
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
|
- ২০২৪
“ঈশ্বৰক ভালপোৱাটোৱেই সকলো নহয়, যদিহে মই প্ৰতিবেশীক ভাল নাপাওঁ৷ ছেইণ্ট জনে কৈছে যে প্ৰতিবেশীক ভাল নাপাই আমি যদি কওঁ ঈশ্বৰক ভাল পাওঁ বুলি, তেনেহ’লে আমি মিছলীয়া৷ এইটো কেনেকৈ সম্ভৱ যে আমি ঈশ্বৰক ভাল পাওঁ, অথচ প্ৰতিবেশীক ভাল নাপাওঁ- যিসকলক আমি সদায় দেখোঁ, যাক আমি স্পৰ্শ কৰিব পাৰোঁ, যিসকলৰ কাষতে আমি বাস কৰোঁ?” |
~ মাদাৰ টেৰেছা ~ |