উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  • দাৰ্শনিক হ’বলৈ হ’লে অকল সূক্ষ্ম চিন্তা হ’লেই নহ’ব বা এটা অনুষ্ঠান অথবা এখন স্কুল প্ৰতিষ্ঠা কৰিলেই নহ’ব। জ্ঞানৰ কাৰণে এনে আসক্তি লাগিব যাৰ নিৰ্দেশত সৰল, স্বাধীন আৰু উদাৰ জীৱন যাপন কৰা সম্ভৱ।[]
  1. হেমন্ত কুমাৰ ভৰালী (২০০৩)। প্ৰেম আৰু প্ৰতিভা। বনলতা, পৃষ্ঠা:২৫।