সাঁচ:নক্ষত্ৰ পদক

ৱিকিউদ্ধৃতিৰ নক্ষত্ৰ সম্পাদনা কৰক

হে ৱিকিসতীৰ্থ, ৱিকিউদ্ধৃতিলৈ আপুনি নিৰন্তৰ আগবঢ়াই অহা অমূল্য বৰঙণিৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। আপোনাৰ অতুলনীয় কৰ্মস্পৃহা আৰু অসমীয়া ৱিকিউদ্ধৃতিলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই আপোনালৈ এই পদকটি যাচিলোঁ‌। — অসমীয়া ৱিকিমিডিয়া সমাজ