সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৪/৩১

“আমি যদি কিবা এটা কৰিবলৈ লওঁ তেন্তে আমাৰ মূল শিপাডাল কেতিয়াও লৰচৰ কৰিব নালাগে৷ যদি আমি আনৰ পৰা কিবা ল'ব বিচাৰো তাৰ পৰা কিবা অলপ লৈ নিজৰ থকা খিনিৰ লগত মিহলাই নিজৰ মছলা তৈয়াৰ কৰি আনক সোৱাদ ল'ব দিব লাগে৷ তেতিয়াহে তৃপ্তি পোৱা যায়৷”
~ ৰমেন বৰুৱা ~