সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৪/২১

“প্ৰকৃতিক ভাল নোপোৱাকৈ জানো ভাল পাব পাৰি মানুহক? প্ৰকৃতি যে পৃথিৱীৰ কবিতা, এই কবিতাটো পাহৰি জানো ধুনীয়া হ’ব পাৰে মানুহ? প্ৰকৃতিৰ কোলাত শৈশৱৰ ফুলাম আৰু বিচিত্ৰ অভিজ্ঞতাবোৰক বাদ দি জানো ধুনীয়া হয় জীৱন?”
~ শৰ্মিষ্ঠা প্ৰীতম ~