সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৪/২০

“মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি প্ৰশ্নাতীত একাত্মতা অনুভৱ নকৰা কোনো ব্যক্তিয়েই জাতিটোৰ বাবে অপৰিহাৰ্য নহয় বুলি ইতিহাসে আমাক শিকাই থৈ গৈছে।”
~ ময়ূৰ বৰা ~