লায়'নেল ৰবিন্স (ইংৰাজী: Lionel Charles Robbins; ২২ নৱেম্বৰ ১৮৯৮ – ১৫ মে' ১৯৮৪) আছিল এগৰাকী ব্ৰিটিছ অৰ্থনীতিবিদ।

লায়'নেল ৰবিন্সৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।[][]
  1. Robbins, Lionel (1932)। An Essay on the Nature and Significance of Economic Science। St. Martin's Street, London। Macmillan & Co., Ltd., পৃষ্ঠা:15।
  2. সৌৰভ প্ৰাণ শৰ্মা (২০১৪)। ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি)। গুৱাহাটী। অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড।

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w: