লাচিত বৰফুকন

অসমীয়া চলচ্চিত্ৰ (১৯৬১)

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন ফুকন2। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে৷

উদ্ধৃতি সম্পাদনা কৰক

লাচিতৰ বিষয়ে মন্তব্য সম্পাদনা কৰক

  1. লাচিতৰ দেশপ্ৰেম অতুলনীয়৷ যুগে যুগে লাচিত বৰফুকনৰ আদৰ্শই ভাৰতবাসীক অনুপ্ৰাণিত কৰিব৷

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: