লক্ষহীৰা দাস (ইংৰাজী: Lakshyaheera Das) অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠা নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • মই ভাবোঁ মই সৎ। কলম আৰু কণ্ঠ মোৰ সম্পদ। নিজৰ বিচাৰ-বুদ্ধিৰ সঠিক সময়ত সঠিক প্ৰয়োগেৰে মই জীৱনক গতি দিবলৈ সক্ষম হৈছোঁ। সততাৰে জীৱনক উপভোগ্য কৰি তুলিব পাৰি।
    • নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট, ২০২১[১]
  • জীৱন সলনি কৰিবলৈ সংগ্ৰাম আৰু সহজ কৰিবলৈ ত্যাগৰ প্ৰয়োজন৷
    • উক্তি সঞ্চয়ন, সংগ্ৰাহক: শ্ৰীৰাম চন্দ্ৰ ভূঞা, ৪১ পৃ: নং; প্ৰকাশিকা: বীণা বৰা ভূঞা

উত্‍স সম্পাদনা কৰক

  1. "লক্ষহীৰা দাস", নিয়মীয়া বাৰ্তা.

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: