মিছন চাইনা (চলচ্চিত্ৰ)

২০১৭ চনৰ অসমীয়া চলচ্চিত্ৰ

মিছন চাইনা (ইংৰাজী: Mission China) হ'ল ২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত মুক্তি লাভ কৰা এখন এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু আই ক্ৰিয়েছন প্ৰডাকচনৰ বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰজগতৰ আটাইতকৈ ব্যয়বহুল চলচ্চিত্ৰ। জুবিন গাৰ্গ আৰু দীপলিনা ডেকাই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

  • এই যাত্ৰাৰ শেষ ক'ত মই নাজানো, আৰম্ভণি ক'ত নাজানো। উই লিভ ফৰ ছামথিং, উই ডাই ফৰ ছামথিং।
  • যোদ্ধা হয়, গুণ্ডা নহয়।
    • কৰ্ণেল গোস্বামী (জুবিন গাৰ্গ)
  • জুবিন গাৰ্গ - কৰ্ণেল গোস্বামী
  • দীপলিনা ডেকা - চয়ন, কৰ্ণেল গোস্বামীৰ প্ৰেমিকা
  • সিদ্ধাৰ্থ নিপন গোস্বামী - ছিড
  • য়াংকী পৰাশৰ - ৰাগিনী, ছিডৰ প্ৰেমিকা
  • পবিত্ৰ ৰাভা - লামা
  • সত্যকী ডি'কম ভূঞাঁ - স্নাইপাৰ, মাৰ্কছমেন আৰু শ্বাৰপশ্বুটাৰ
  • ত্ৰিদীব লাহন - স্পাইডাৰ, বোমা বিশেষজ্ঞ
  • নৱদ্বীপ বৰগোঁহাই
  • পাৰ্থসাৰথি মহন্ত
  • বিভূতি ভূষণ হাজাৰিকা
  • ভাস্বতী ভাৰতী
  • ৰাগিনী পৰাশৰ
  • প্ৰিয়ংকা ভৰালী আৰু দেবস্মিতা বেনাৰ্জী (বিশেষ এভুমুকি)

বাহ্যিক সংযোগ

সম্পাদনা কৰক