মিচ্ছিঅ' কাকু (Michio Kaku; জন্ম: জানুৱাৰী ২৪, ১৯৪৭) এগৰাকী আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ভৱিষ্যৎদ্ৰষ্টা আৰু বিজ্ঞান জনপ্ৰিয়কৰণত অংশ লোৱা ব্যক্তি।

মিচ্ছিঅ' কাকুৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. আজি সৰ্বশক্তিমান ঈশ্বৰে যিবিলাক কাম কৰিব পাৰে বুলি জনবিশ্বাস আছে, যি অলৌকিক শক্তিৰ বাবে মানুহে ঈশ্বৰক পূজা কৰে, এতিয়াৰ পৰা আশী-নব্বৈ বছৰ পাছত সেই মানুহেই হৈ উঠিব সৰ্বশক্তিমান। ঈশ্বৰে কৰিব পৰা বুলি ভবা কামবোৰ কৰিব পাৰিব মানুহে নিজেই।[১]

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:

উৎস সম্পাদনা কৰক

  1. সদিচ্ছা (পঞ্চদশ সংখ্যা). মে' ২০২২.