মালালা ইউছুফজাই (ইংৰাজী: Malala Yousafzai ; জন্ম: ১২ জুলাই ১৯৯৭) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ আৰু শিক্ষাকৰ্মী। তেওঁ কৈলাশ সত্যৰ্থীৰ সৈতে যৌথভাৱে ২০১৪ চনৰ ন'বেল শান্তি বঁটাৰে সন্মানিত হৈছিল।

২০১৯ চনত মালালা

শান্তিৰ ন'বেল বঁটাৰ বক্তৃতা (১০ ডিচেম্বৰ, ২০১৪)

সম্পাদনা কৰক
২০১৪ চনৰ ১০ ডিচেম্বৰত নৰৱেৰ অছলোৰ চিটি হলত ন'বেল বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত ন'বেল বক্তৃতা
  • শিক্ষা জীৱনৰ অন্যতম আশীৰ্বাদ — আৰু ইয়াৰ অন্যতম প্ৰয়োজনীয়তা।
  • কেতিয়াবা মানুহে মোক সুধিবলৈ ভাল পায় যে ছোৱালীবোৰ কিয় স্কুললৈ যাব লাগে, তেওঁলোকৰ বাবে কিয় ই গুৰুত্বপূৰ্ণ। কিন্তু মই ভাবো তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল তেওঁলোকে কিয় নাযাব, কিয় তেওঁলোকৰ স্কুললৈ যোৱাৰ এই অধিকাৰ নাথাকিব।
  • মই এতিয়াও বুজি নাপাওঁ যে, মানুহে বিয়া কৰাব লাগে কিয়৷ যদি আপুনি এগৰাকী মানুহক জীৱন সংগী কৰিবলৈ বিচাৰে, তাৰ বাবে কিয় বিয়াৰ দলিলত চহী কৰিব লাগে, এয়া কিয় মাত্ৰ এটা বুজাবুজিৰ সম্পৰ্ক হ’ব নোৱাৰে?[]
  1. মালালা. আহৰণ কৰা হৈছে: 17 ফেব্ৰুৱাৰী 2024.

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w: