• মাতৃত্ব হৈছে চূড়ান্ত মৰম, উৎসৰ্গা আৰু দৃঢ় প্ৰতিজ্ঞ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এক যাত্ৰা। প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অদ্বিতীয়, প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অসাধাৰণ, প্ৰত্যেকগৰাকী মাতৃৰেই আছে তেওঁলোকৰ কণমানিটিৰ সৈতে কটোৱা প্ৰথমটো দিনৰ বিভিন্ন কাহিনী৷
    • নিশিতা গোস্বামী[]
  • মোৰ মাতৃত্ব অভিমুখী যাত্ৰা আছিল অতি সুন্দৰ৷ মই ক’ব বিচাৰো যে ই আছিল দীৰ্ঘতম, কাৰণ ক’ভিড মহামাৰীৰ সময়তে মই গৰ্ভধাৰণ কৰিবলগীয়া হোৱা বাবে, সেই ৯মাহ সময় মোৰ বাবে আছিল এক অন্তহীন যাত্ৰাৰ দৰে৷
    • ড° সান্তনা বৰুৱা৷[]
  • আপুনি যেতিয়াই দুৰ্বল অনুভৱ কৰে, তেতিয়াই মনত পেলাব যে, কেৱল এগৰাকী মহিলাইহে এটি শিশু জন্ম দিব পাৰে৷ সেয়েহে, এই ক্ষেত্ৰত আপুনি অদ্বিতীয়৷ এটি কণমানিক জন্ম দিয়াৰ পাচত লাভ কৰা আনন্দৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷
    • ড° সান্তনা বৰুৱা৷[]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. ১.০ ১.১ ১.২ মাতৃ দিৱসত আমি উদযাপন..... আহৰণ কৰা হৈছে: 22 ছেপ্টেম্বৰ 2024.