মা
মা এগৰাকী নাৰী, যিয়ে গৰ্ভধাৰণ কৰি, সন্তানৰ জন্ম তথা সন্তানক ডাঙৰ কৰি তোলে - তেঁৱেই প্ৰাথমিক অভিভাৱকৰ ভূমিকা পালন কৰে আৰু তেঁৱেই মা হিচাপে সৰ্বত্ৰ পৰিচিত। প্ৰকৃতিগতভাৱে এগৰাকী নাৰী বা মহিলাই সন্তান জন্ম দিয়াৰ অধিকাৰীণী। গৰ্ভধাৰণৰ দৰে জটিল আৰু মাতৃৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই সংজ্ঞাটি বিশ্বজনীনভাৱে গৃহীত হৈছে। মাৰ বিপৰীত লিঙ্গ পুৰুষ, দেউতাক৷
উদ্ধৃতি
সম্পাদনা কৰকতথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ ১.০ ১.১ মা এক, চমৎকাৰ. আহৰণ কৰা হৈছে: 21 ছেপ্টেম্বৰ 2024.