মই শংকৰদেৱে কৈছোঁ (গ্ৰন্থ)

উপন্যাস সাহিত্য
(মই শংকৰদেৱে কৈছোঁৰ পৰা পুনঃনিৰ্দেশিত)

মই শংকৰদেৱে কৈছোঁ মইনা গোস্বামীৰ দ্বাৰা ৰচিত এখন উপন্যাস। প্ৰথম প্ৰকাশ ২০২২ চনৰ নৱেম্বৰ মাহত।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. শিকিবৰ বাবে সাজু হৈ থাকিলে মানুহে কৰা ভুল-শুদ্ধবোৰৰ পৰা অজস্ৰ কথা শিকিব পাৰে।[১]

উৎস সম্পাদনা কৰক

  1. মই শংকৰদেৱে কৈছোঁ, লেখক মইনা গোস্বামী