ভ্লাদিমিৰ ভ্লাদিমিৰোভিচ পুটিন (ইংৰাজী: Vladimir Vladimirovich Putin ; জন্ম: ৭ অক্টোবৰ ১৯৫২) ৰাছিয়াৰ এজন ৰাজনীতিবিদ আৰু প্ৰাক্তন চোৰাংচোৱা বিষয়া; যিয়ে ২০১২ চনৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ পদত আছে।তাৰ আগত ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈ একে পদত কাৰ্যনিৰ্বাহ কৰিছিল।২০০৮ চনৰ পৰা ২০১২ চনলৈ তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী পদত আছিল। চুবুৰীয়া বেলাৰুছৰ আলেকজেণ্ডাৰ লুকাচেংকোৰ পিছতে পুটিন হৈছে দ্বিতীয় দীৰ্ঘতম কাৰ্যকাল উপভোগ কৰা ইউৰোপীয় ৰাষ্ট্ৰপতি। [১]

এন.বি.চি.ৰ সাংবাদিক মেগান কেলিৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. ৰাছিয়াৰ যদি এই পৃথিৱীত স্থান নাই, তেন্তে পৃথিৱীখন থাকি লাভ কি?
    (Why do we need the world, if Russia isn't there?)
  2. যিয়ে ছোভিয়েট ইউনিয়নক মিচ নকৰে, তেওঁ এজন হৃদয়হীন ব্যক্তি। যিয়ে ইয়াক পুনৰাই ওভতাই পাব বিচাৰে, তেওঁ এজন বুদ্ধিহীন ব্যক্তি।[২]
    (Whoever does not miss the Soviet Union has no heart. Whoever wants it back has no brain.)
  3. গণতন্ত্ৰ শক্তিশালী কৰা তথা মানৱ অধিকাৰ আৰু স্বাধীনতা নিশ্চিত কৰাৰ পথত ৰাছিয়াক কোনেও আৰু একোৱেই বাধা দিব নোৱাৰে।[২]
    (Nobody and nothing will stop Russia on the road to strengthening democracy and ensuring human rights and freedoms.)

উৎস সম্পাদনা কৰক

  1. Timeline: Vladimir Putin – 20 tumultuous years as Russian President or PM. Reuters (9 August 2019).
  2. ২.০ ২.১ Vladimir Putin Quotes. প্ৰকাশক: brainyquote.com. আহৰণ কৰা হৈছে: 1 March 2022.

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: