ব্লেক পেন্থাৰ (চলচ্চিত্ৰ)

ব্লেক পেন্থাৰ (ইংৰাজী: Black Panther হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত এখন আফ্ৰিকান/আমেৰিকান ছুপাৰহিৰ’ চলচ্চিত্ৰ।

সংলাপসমূহ

সম্পাদনা কৰক
  1. মই কাৰোবাক মৰিবলৈ এৰি নিদিওঁ, যেতিয়া মোৰ হাতত তেওঁৰ জীৱন ৰক্ষা কৰাৰ উপায় আছে।
  2. সংকটৰ সময়ত জ্ঞানীসকলে সেতু নিৰ্মাণ কৰাৰ বিপৰীতে মূৰ্খসকলে বাধা নিৰ্মাণ কৰে।

এন'জাদাকা

সম্পাদনা কৰক
  1. মই ইয়াৰ বাবে গোটেই জীৱন অপেক্ষা কৰি আছিলোঁ। পৃথিৱীখন নতুনকৈ আৰম্ভ হ’ব, আৰু মই এই সকলোবোৰ জ্বলাই দিম!
  1. তুমি এজন ভাল মানুহ, ভাল হৃদয়ৰ। আৰু ভাল মানুহৰ বাবে ৰজা হোৱাটো কঠিন।
  1. তুমি তোমাৰ দেউতাৰাৰ কাৰ্যক তোমাৰ জীৱনটো সংজ্ঞায়িত কৰিবলৈ দিব নোৱাৰা। তুমি কেনেধৰণৰ ৰজা হ’ব বিচাৰা সেইটো তুমিয়েই সিদ্ধান্ত ল’ব লাগিব।
  1. ব্লেক পেন্থাৰ জীয়াই আছে। আৰু যেতিয়া তেওঁ ৱাকাণ্ডাৰ ভাগ্যৰ বাবে যুঁজিব, মই তেওঁৰ ঠিক কাষতে থাকিম।
  1. আৰু এটা শব্দ ক'লেই মই তোমাক মোৰ সন্তানক খুৱাম! ধেমালিহে কৰিছোঁ দেই, আমি নিৰামিষভোজী।
  • ৰজা দীৰ্ঘজীৱি হ‌ওক।
  • নায়ক। কিংবদন্তী। ৰজা।