আৰ্থাৰ চি. ক্লাৰ্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
১৫ নং শাৰী:
* তথ্য জ্ঞান নহয়, জ্ঞান প্ৰজ্ঞা নহয়, প্ৰজ্ঞা দূৰদৰ্শিতা নহয়। প্ৰত্যেকেই আনটোৰ পৰা বিকশিত হয়, আৰু আমাক সেই সকলোবোৰৰে প্ৰয়োজন।<ref>Marshall B. Rosenberg, Riane Eisler; ''Life-Enriching Education'' (2003), xix.</ref>
* হয়তো পুৰণি জ্যোতিষীসকলে সত্যটো হুবহু ওলোটা কৰি পেলাইছিল, যেতিয়া তেওঁলোকে বিশ্বাস কৰিছিল যে নক্ষত্ৰবোৰে মানুহৰ ভাগ্য নিয়ন্ত্ৰণ কৰে। এনে সময় আহিব পাৰে যেতিয়া মানুহে নক্ষত্ৰবোৰৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব।<ref>Arthur C. Clarke, ''The View from Serendip'' (1977), 79.</ref>
 
== বাহ্যিক সংযোগ ==
{{Template:Wikipedia|আৰ্থাৰ চি. ক্লাৰ্ক}}
 
==উৎস==