গ্যেটে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

bot: Removing interwiki template; the page is now connected to d:Q5879
টেগ্‌: মেনুৱেল ৰিভাৰ্ট
১৬ নং শাৰী:
# তিৰোতাৰ লগত সামাজিক সম্পৰ্কই হ’ল সদাচাৰৰ মূলমন্ত্ৰ৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১৩৯ বাণী মন্দিৰ, ২০০৩</ref>
# ততালিকে সংগ্ৰহ কৰা ধন শেষ হৈ যায়, কিন্তু ধীৰে ধীৰে সংগ্ৰহ কৰা ধন দুগুণকৈ বাঢ়ি যায়৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১৫১ বাণী মন্দিৰ, ২০০৩</ref>
# যি মানুহে নিজকে শাসন কৰিব নোৱাৰে, তেওঁ চিৰকাল দাস হৈ ৰ’ব।
# আৰ্চীখনলৈ চকু পকাই নাচাবাচোন! বেচেৰা আৰ্চীখনে তোমাৰ কি জগৰ লগালে?
# মানুহৰ প্ৰতিভা বিকশিত হয় নিৰ্জনতাত, কিন্তু চৰিত্ৰ গঠিত হয় জনতাৰ হেঁচা-ঠেলাৰ মাজত।
# পৃথিৱীৰ লগত কোনো সম্পৰ্ক নৰখাকৈ জীয়াই থকাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা; পৃথিৱীৰ লগত ঘনিষ্ঠতম সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা।
 
== উৎস ==
"https://as.wikiquote.org/wiki/গ্যেটে"ৰ পৰা অনা হৈছে