লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৭ নং শাৰী:
# চৰিত্ৰ মানুহৰ জীৱনৰ ভেটি। এই ভেটিটো দৃঢ় হ'ব লাগে, নতুবা জীৱনৰ বৃহৎ অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চূৰ-মাৰ হৈ যাব।<ref>[[:wikisource:as:বাখৰ|বাখৰ, পৃষ্ঠা ৭]]</ref>
# পাচি সজা, কামী চাঁছা সন্মানৰ কাম, নীচ মাথোঁ এলেহুৱা।<ref>[https://web.archive.org/web/20211002032736/https://niyomiyabarta.com/epaper/01102021/page6.php নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ, ২০২১]</ref>
# স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা৷<ref name="exo ekuri">এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া</ref><ref>{{cite news | url=https://www.asomiyapratidin.in/editorial-asomiya-pratidin-21th-feb/ | title=আইৰ মুখৰ ভাষা | date=২১ ফেব্ৰুৱাৰী ২০১৯ | agency=অসমীয়া প্ৰতিদিন | accessdate=২০ ফেব্ৰুৱাৰী ২০২২}}</ref>
# অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ৷<ref name="exo ekuri"/>
# আমাৰতো দৃঢ় বিশ্বাস যে আসামত অসমীয়া আৰু বঙ্গালীৰ ভিতৰত প্ৰচলিত অসদ্ভাৱৰ এটা প্ৰধান কাৰণ বঙ্গালীসকলৰ অসমীয়া ভাষাৰ প্ৰতি চিৰপোষিত বিদ্বেষ ভাব৷<ref>বাঁহী, প্ৰথম বছৰ, ১০ম সংখ্যা</ref>
# অসমীয়া ভাষা পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷<ref>অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ</ref>
# স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।<ref>{{cite news | url=https://www.asomiyapratidin.in/editorial-asomiya-pratidin-21th-feb/ | title=আইৰ মুখৰ ভাষা | date=২১ ফেব্ৰুৱাৰী ২০১৯ | agency=অসমীয়া প্ৰতিদিন | accessdate=২০ ফেব্ৰুৱাৰী ২০২২}}</ref>
 
== উত্‍স ==