লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১১ নং শাৰী:
# আমাৰতো দৃঢ় বিশ্বাস যে আসামত অসমীয়া আৰু বঙ্গালীৰ ভিতৰত প্ৰচলিত অসদ্ভাৱৰ এটা প্ৰধান কাৰণ বঙ্গালীসকলৰ অসমীয়া ভাষাৰ প্ৰতি চিৰপোষিত বিদ্বেষ ভাব৷<ref>বাঁহী, প্ৰথম বছৰ, ১০ম সংখ্যা</ref>
# অসমীয়া ভাষা পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷<ref>অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ</ref>
# স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষামাতৃভাষা।<ref>{{cite news | url=https://www.asomiyapratidin.in/editorial-asomiya-pratidin-21th-feb/ | title=আইৰ মুখৰ ভাষা | date=২১ ফেব্ৰুৱাৰী ২০১৯ | agency=অসমীয়া প্ৰতিদিন | accessdate=২০ ফেব্ৰুৱাৰী ২০২২}}</ref>
 
== উত্‍স ==