লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৯ নং শাৰী:
# স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা৷<ref name="exo ekuri">এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া</ref>
# অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ৷<ref name="exo ekuri"/>
# “আমাৰতো দৃঢ় বিশ্বাস যে আসামত অসমীয়া আৰু বঙ্গালীৰ ভিতৰত প্ৰচলিত অসদ্ভাৱৰ এটা প্ৰধান কাৰণ বঙ্গালীসকলৰ অসমীয়া ভাষাৰ প্ৰতি চিৰপোষিত বিদ্বেষ ভাব৷’’<ref>বাঁহী, প্ৰথম বছৰ, ১০ম সংখ্যা</ref>
 
== উত্‍স ==