পেলে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৭ নং শাৰী:
*বিশ্বৰ ফুটবল খেলা প্ৰতিজন ল’ৰাই পেলে হ’ব বিচাৰে। কেৱল ফুটবল খেলুৱৈৰ দৰে হোৱাই নহয়, মানুহৰ দৰে কেনেকৈ হ’ব লাগে সেইটো দেখুৱাবলৈ মোৰ এটা ডাঙৰ দায়িত্ব আছে।
**''স্প'ৰ্টছ ইলাষ্ট্ৰেটেড'' ("এছ আই ফ্লেছবেক: ছকাৰছ গ্ৰেটেষ্ট জিনিয়াছ", ১ জুন ১৯৯৯)
*সফলতা কোনো দুৰ্ঘটনা নহয়। ই হ’ল কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, শিক্ষণ, পঢ়া-শুনা, ত্যাগ আৰু সৰ্বোপৰি আপুনি যি কৰি আছে বা কৰিবলৈ শিকিছে তাৰ প্ৰতি প্ৰেম।
 
==উৎস==
"https://as.wikiquote.org/wiki/পেলে"ৰ পৰা অনা হৈছে