পেলে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Adding interwiki links to d:Q12897
৩ নং শাৰী:
 
==উদ্ধৃতি==
*মোৰ জন্ম ফুটবলৰ বাবে, ঠিক যেনেকৈ বিথোভেনৰ জন্ম হৈছিল সংগীতৰ বাবে।
**''দ্য মেজাৰ অফ গ্ৰেটনেছ'' (১৯৮০)
*বিশ্বৰ ফুটবল খেলা প্ৰতিজন ল’ৰাই পেলে হ’ব বিচাৰে। কেৱল ফুটবল খেলুৱৈৰ দৰে হোৱাই নহয়, মানুহৰ দৰে কেনেকৈ হ’ব লাগে সেইটো দেখুৱাবলৈ মোৰ এটা ডাঙৰ দায়িত্ব আছে।
**''স্প'ৰ্টছ ইলাষ্ট্ৰেটেড'' ("এছ আই ফ্লেছবেক: ছকাৰছ গ্ৰেটেষ্ট জিনিয়াছ", ১ জুন ১৯৯৯)
 
==উৎস==
"https://as.wikiquote.org/wiki/পেলে"ৰ পৰা অনা হৈছে