নিক'লা টেছলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
১ নং শাৰী:
[[চিত্ৰ:Tesla3.jpg|thumb|right|[[বৈজ্ঞানিক]] মানুহে তাৎক্ষণিক [[ফল]]ৰ লক্ষ্য নিদিয়ে। তেওঁ আশা নকৰে যে তেওঁৰ উন্নত [[ধাৰণা]] সহজেই গ্ৰহণ কৰা হ’ব... তেওঁৰ [[কৰ্তব্য]] হ’ল যিসকল আহিবলগীয়া তেওঁলোকৰ বাবে ভেটি স্থাপন কৰা, আৰু পথ আঙুলিয়াই দিয়া।]]
[[:as:নিকোলা টেছলা|নিকোলা টেছলা]] {{Lang-en|Nikola Tesla ; ১০ জুলাই ১৮৫৬ – ৭ জানুৱাৰী ১৯৪৩)}} হৈছে এগৰাকী ছাৰ্বিয়ান-আমেৰিকান পদাৰ্থবিজ্ঞানী, উদ্ভাৱক আৰু বৈদ্যুতিক অভিযন্তা। সামৰিক সীমান্তত (বৰ্তমানৰ ক্ৰ'ৱেচিয়া) জন্মগ্ৰহণ কৰা টেছলা পিছলৈ আমেৰিকাৰ নাগৰিক হৈছিল। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।
== উদ্ধৃতিসমূহ ==
[[চিত্ৰ:Magnetosphere rendition.jpg|thumb|right|প্ৰথমে জানিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ’ব: [[পৃথিৱী]]ৰ ক্ষমতা কিমান? আৰু বিদ্যুৎকৃত অৱস্থাত ইয়াত কিদৰে আধানযুক্ত হয়]]