গ্যেটে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৪ নং শাৰী:
# সংসাৰ ধুমুহাতে গঠিত হয় চৰিত্ৰ৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১১১ বাণী মন্দিৰ, ২০০৩</ref>
# যিকোনো এটা কাম কৰাৰ সপক্ষে বা বিপক্ষে হৰজাৰটা যুক্তি থাকিব পাৰে৷ তৰ্কৰ নিপুণতা ফুটি উঠিব দুয়োটা পক্ষৰ যুক্তিবোৰ ভালকৈ উপস্থাপন কৰিবলৈ জনাৰ মাজত, কিন্তু জীৱনৰ নিপুণতা ফুটি উঠিব সেই যুক্তিবোৰৰ নিৰান্নব্বৈ শতাংশকেই নাকচ কৰিব পৰাৰ মাজত৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১২৮ বাণী মন্দিৰ, ২০০৩</ref>
# তিৰোতাৰ লগত সামাজিক সম্পৰ্কই হ’ল সদাচাৰৰ মূলমন্ত্ৰ৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১৩৯ বাণী মন্দিৰ, ২০০৩</ref>
 
== উৎস ==
"https://as.wikiquote.org/wiki/গ্যেটে"ৰ পৰা অনা হৈছে