গ্যেটে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১১ নং শাৰী:
# মুখৰ কথা ভাল, কিন্তু সবাতোকৈ ভাল নহয়৷ শ্ৰেষ্ঠক কথাৰে বুজাব নোৱাৰি৷ আমি যি ভাব মনত লৈ কাম কৰো সেয়ে হৈছে আচল কথা৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৬১ বাণী মন্দিৰ, ২০০৩</ref>
# এজন কবিয়ে,- প্ৰকৃততে যদি তেওঁ কবি হয়, - কেতিয়াও কোনো নশ্বৰ মানুহক তোষামোদ কৰি কবিতা নিলিখে, তেওঁ সাধাৰণ বা অসাধাৰণ, সম্ৰাট বা অঘৰী যিয়েই নহওক কিয়৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং;৬৫ বাণী মন্দিৰ, ২০০৩</ref>
# জ্ঞানগৰ্ভ কথাসমূহ ইতিমধ্যে হেজাৰজনৰ মনত উদ্ৰেক হৈছে, কিন্তু সেই চিন্তাসমূহক আমাৰ নিজৰ কৰি ল’বলৈ আন্তৰিকতাৰে আকৌ এবাৰ ভাবিব লাগিব, যাতে সেইবোৰ আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ মাজত সোমাই পৰে৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১০৭ বাণী মন্দিৰ, ২০০৩</ref>
 
== উৎস ==
"https://as.wikiquote.org/wiki/গ্যেটে"ৰ পৰা অনা হৈছে