গ্যেটে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৯ নং শাৰী:
# কোনোবা মানুহ যেতিয়া আমাৰ ওচৰলৈ আলহী হৈ আহে, আমি তেওঁক ভালকৈ জানিব নোৱাৰো, তেওঁৰ আচল স্বৰূপটো জানিবলৈ হ’লে আমি তেওঁৰ ওচৰলৈ যাব লাগিব৷ <ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৩৭, বাণী মন্দিৰ, ২০০৩</ref>
# যেনে মানুহ তেনে ঈশ্বৰ, সেইকাৰণেই ঈশ্বৰ পৰিহাসৰ বস্তু হৈ পৰে৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৪৯ বাণী মন্দিৰ, ২০০৩</ref>
# মুখৰ কথা ভাল, কিন্তু সবাতোকৈ ভাল নহয়৷ শ্ৰেষ্ঠক কথাৰে বুজাব নোৱাৰি৷ আমি যি ভাব মনত লৈ কাম কৰো সেয়ে হৈছে আচল কথা৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৬১ বাণী মন্দিৰ, ২০০৩</ref>
 
== উৎস ==
"https://as.wikiquote.org/wiki/গ্যেটে"ৰ পৰা অনা হৈছে