গ্যেটে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.8.5
৭ নং শাৰী:
# আচৰণ হ'ল এখন দাপোণ,তাত মানুহৰ ৰূপটো প্ৰতিবিম্বিত হৈ উঠে।<ref>নিয়মীয়া বাৰ্তা, ১৮ মে',২০২১</ref>
# মানুহৰ প্ৰতিভাৰ বিকাশ হয় নিৰ্জনতাত; কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ হেঁচা-ঠেলাৰ মাজত।<ref>নিয়মীয়া বাৰ্তা, ২১ মে', ২০২১</ref>
# কোনোবা মানুহ যেতিয়া আমাৰ ওচৰলৈ আলহী হৈ আহে, আমি তেওঁক ভালকৈ জানিব নোৱাৰো, তেওঁৰ আচল স্বৰূপটো জানিবলৈ হ’লে আমি তেওঁৰ ওচৰলৈ যাব লাগিব৷ <ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৩৭, বাণী মন্দিৰ, ২০০৩</ref>
 
== উৎস ==
"https://as.wikiquote.org/wiki/গ্যেটে"ৰ পৰা অনা হৈছে