গ্যেটে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.8.5
৩ নং শাৰী:
== উদ্ধৃতিসমূহ ==
# ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয়।
# অবিমিশ্ৰ প্ৰেমৰ আনন্দ যি পাইছে একমাত্ৰ তেৱেঁই সুখী। কাৰণ প্ৰেম আৰু ঘৃণা দুয়োকে এদিন সমাধিয়ে গ্ৰাস কৰি পেলাব।<ref>[https://web.archive.org/web/20210813101050/https://niyomiyabarta.com/epaper/13082021/page6.php নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট, ২০২১]</ref>
# নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব?<ref>[https://blog.pankajjyoti.com/zubeen/ ধুমুহাৰ স’তে বহু যুগৰে নাচোন; এই সময়ত; পংকজ জ্যোতি মহন্ত]</ref>
# আচৰণ হ'ল এখন দাপোণ,তাত মানুহৰ ৰূপটো প্ৰতিবিম্বিত হৈ উঠে।<ref>নিয়মীয়া বাৰ্তা, ১৮ মে',২০২১</ref>
"https://as.wikiquote.org/wiki/গ্যেটে"ৰ পৰা অনা হৈছে