কাৰ্ল ফ্ৰিডৰিক গাউছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৫ নং শাৰী:
* গণিত বিজ্ঞানৰ ৰাণী আৰু সংখ্যা তত্ত্ব গণিতৰ ৰাণী।
* ঈশ্বৰে পাটিগণিত কৰে।
* যুগান্তকাৰী গণিতজ্ঞ মাথোঁ তিনিজনহে আছে আৰু তেওঁলোক হৈছে আৰ্কিমিডিছ, নিউটন আৰু আইজেনষ্টাইন।
* গণিত কেৱল সম্পৰ্কৰ গণনা আৰু তুলনাৰ সৈতেহে জড়িত।<ref>E T Bell, ''The development of mathematics'' (New York, 1945)</ref>
 
==উৎস==