এডাম স্মিথ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
১ নং শাৰী:
[[চিত্ৰ:Adam Smith The Muir portrait.jpg|thumb|শিল্পীৰ তুলিকাত এডাম স্মিথ ]]
'''[[:as:এডাম স্মিথ|এডাম স্মিথ]]''' (১৬ জুন ১৭২৩ – ১৭ জুলাই ১৭৯০) আছিল এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক "অৰ্থনীতিৰ জনক" বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।