আৰ্থাৰ চি. ক্লাৰ্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৪ নং শাৰী:
==উদ্ধৃতিসমূহ==
* যেতিয়া এজন বিশিষ্ট কিন্তু প্ৰাপ্তবয়স্ক বিজ্ঞানীয়ে কয় যে কিবা এটা সম্ভৱ, তেতিয়া তেওঁ প্ৰায় নিশ্চিতভাৱে সঠিক। যেতিয়া তেওঁ কিবা এটা অসম্ভৱ বুলি উল্লেখ কৰে, তেতিয়া খুব সম্ভৱ তেওঁ ভুল।<ref>Arthur C. Clarke, “Hazards of Prophecy: The Failure of Imaginati”,‌ ''Profiles of the Future: An Enquiry into the Limits of the Possible'' (1962, rev. 1973), 14.</ref> (ক্লাৰ্কৰ প্ৰথম সূত্ৰ)
* সম্ভৱপৰ সীমা আৱিষ্কাৰ কৰাৰ একমাত্ৰ উপায় হ’ল সেইবোৰ পাৰ হৈ অসম্ভৱৰ মাজলৈ অলপ আগবাঢ়ি যোৱা।<ref>Arthur C. Clarke, ''Profiles of the Future: An Enquiry into the Limits of the Possible'' (1962, rev. 1973), 21.</ref><ref>Arthur C. Clarke, ''The Lost Worlds of 2001'' (1972).</ref> (ক্লাৰ্কৰ দ্বিতীয় সূত্ৰ)
* যিকোনো যথেষ্ট উন্নত প্ৰযুক্তি যাদুৰ পৰা পৃথক কৰিব নোৱাৰি।<ref>Arthur C. Clarke, ''Profiles of the Future: An Enquiry into the Limits of the Possible'' (1982), 36, footnote.</ref> (ক্লাৰ্কৰ তৃতীয় সূত্ৰ)
* বুদ্ধিমত্তাৰ যে কোনো ধৰণৰ জীয়াই থকাৰ মূল্য আছে সেয়া এতিয়াও প্ৰমাণিত হোৱা নাই।<ref>M. S. Thambirajah, ''Psychological Basis of Psychiatry'' (2005), 33.</ref> (ক্লাৰ্কৰ বিৱৰ্তনৰ সূত্ৰ)