আৰ্থাৰ চি. ক্লাৰ্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১২ নং শাৰী:
* মানৱ বিচাৰকসকলে দয়া দেখুৱাব পাৰে। কিন্তু প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে কোনো আপীল নাই।<ref>Arthur C. Clarke, ''The Wind from the Sun: Stories of the Space Age'' (1972), 8.</ref>
* যদি কোনো দেৱতা আছে যাৰ প্ৰধান চিন্তাৰ বিষয় মানুহ, তেন্তে তেওঁলোক অতি গুৰুত্বপূৰ্ণ দেৱতা হ’ব নোৱাৰে।<ref>Arthur C. Clarke, “Space Flight and the Spirit of Man”, ''Voices from Sky: Previews of the Coming Space Age'' (1965), 17.</ref>
* উদ্ভাৱন আৰু আৱিষ্কাৰৰ ইতিহাসৰ পৰা আমি যদি এটা কথা শিকিছো, তেন্তে সেয়া হ’ল— দীৰ্ঘকালীনভাৱে আৰু প্ৰায়ে হ্ৰস্বকালীন সময়ত আটাইতকৈ সাহসী ভৱিষ্যদ্বাণীবোৰ হাস্যকৰভাৱে ৰক্ষণশীল যেন লাগে।<ref>Arthur C. Clarke, ''The Exploration of Space'' (1954), 111.</ref>
 
==উৎস==