আৰ্থাৰ চি. ক্লাৰ্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১১ নং শাৰী:
* বৰ্তমানৰ অগ্ৰগতিৰ হাৰত অহা পাঁচশ বছৰৰ ভিতৰত সফলতা অৰ্জন কৰিব নোৱাৰা যিকোনো কাৰিকৰী কৃতিত্বৰ কথা কল্পনা কৰাটো প্ৰায় অসম্ভৱ।<ref>Arthur C. Clarke, ''Profiles of the Future'' (1973), xvi.</ref>
* মানৱ বিচাৰকসকলে দয়া দেখুৱাব পাৰে। কিন্তু প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে কোনো আপীল নাই।<ref>Arthur C. Clarke, ''The Wind from the Sun: Stories of the Space Age'' (1972), 8.</ref>
* যদি কোনো দেৱতা আছে যাৰ প্ৰধান চিন্তাৰ বিষয় মানুহ, তেন্তে তেওঁলোক অতি গুৰুত্বপূৰ্ণ দেৱতা হ’ব নোৱাৰে।<ref>Arthur C. Clarke, “Space Flight and the Spirit of Man”, ''Voices from Sky: Previews of the Coming Space Age'' (1965), 17.</ref>
 
==উৎস==