আৰ্থাৰ চি. ক্লাৰ্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৮ নং শাৰী:
* যিকোনো যথেষ্ট উন্নত প্ৰযুক্তি যাদুৰ পৰা পৃথক কৰিব নোৱাৰি।<ref>Arthur C. Clarke, ''Profiles of the Future: An Enquiry into the Limits of the Possible'' (1982), 36, footnote.</ref>
* তাত্ত্বিকভাৱে সম্ভৱপৰ যিকোনো কামেই বাস্তৱত ৰূপায়ন কৰিব পৰা যাব, কাৰিকৰী অসুবিধা যিয়েই নহওক কিয়, যদিহে ই যথেষ্ট পৰিমাণে আকাংক্ষিত হয়।<ref>Arthur C. Clarke, ''Hazards of Prophecy: An Arresting Inquiry into the limits of the Possible: Failures of Nerve and Failures of Imagination'' (1962)</ref>
* যিহেতু আমাৰ নিজৰ প্ৰজাতিটোৱে প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াত আছে, গতিকে কাৰোৱেই শ্ৰেষ্ঠ বিজ্ঞান আৰু নীচ নৈতিকতা থাকিব নোৱাৰে। সংযোজনটোৱেই অস্থিৰ আৰু আত্মবিনাশকাৰী।
 
==উৎস==