আৰ্থাৰ চি. ক্লাৰ্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৬ নং শাৰী:
* বুদ্ধিমত্তাৰ যে কোনো ধৰণৰ জীয়াই থকাৰ মূল্য আছে সেয়া এতিয়াও প্ৰমাণিত হোৱা নাই।<ref>M. S. Thambirajah, ''Psychological Basis of Psychiatry'' (2005), 33.</ref>
* সম্ভৱপৰ সীমা আৱিষ্কাৰ কৰাৰ একমাত্ৰ উপায় হ’ল সেইবোৰ পাৰ হৈ অসম্ভৱৰ মাজলৈ অলপ আগবাঢ়ি যোৱা।<ref>Arthur C. Clarke, ''Profiles of the Future: An Enquiry into the Limits of the Possible'' (1962, rev. 1973), 21.</ref>
* যিকোনো যথেষ্ট উন্নত প্ৰযুক্তি যাদুৰ পৰা পৃথক কৰিব নোৱাৰি।<ref>Arthur C. Clarke, ''Profiles of the Future: An Enquiry into the Limits of the Possible'' (1982), 36, footnote.</ref>
* তাত্ত্বিকভাৱে সম্ভৱপৰ যিকোনো কামেই বাস্তৱত ৰূপায়ন কৰিব পৰা যাব, কাৰিকৰী অসুবিধা যিয়েই নহওক কিয়, যদিহে ই যথেষ্ট পৰিমাণে আকাংক্ষিত হয়।<ref>Arthur C. Clarke, ''Hazards of Prophecy: An Arresting Inquiry into the limits of the Possible: Failures of Nerve and Failures of Imagination'' (1962)</ref>
 
In ''Profiles of the Future: An Enquiry into the Limits of the Possible'' (1982), 36, footnote.</ref>
 
==উৎস==