নিক'লা টেছলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
১৫ নং শাৰী:
* পাৰমাণৱিক শক্তিৰ ধাৰণাটো মায়াময় যদিও ই মনত ইমানেই শক্তিশালীভাৱে ধৰি লৈছে, যে যদিও মই পঁচিশ বছৰ ধৰি ইয়াৰ বিৰুদ্ধে প্ৰচাৰ কৰি আহিছো, তথাপিও কিছুমানে ইয়াক বাস্তৱায়িত কৰিব পৰা বুলি বিশ্বাস কৰে। <ref>Quoted in 'Tesla, 75, Predicts New Power Source', New York Times (5 Jul 1931), Section 2, 1.</ref>
 
* যদি এডিছনক ঘাঁহৰ থোপা এটাত থকা বেজী এটা বিচাৰিবলৈ দিয়া হয়, তেন্তে তেওঁ মৌমাখিসদৃশ অধ্যৱসায়েৰে আগবাঢ়ি গৈ তেওঁৰ সন্ধানৰ বস্তুটো বিচাৰি নোপোৱালৈকে খেৰৰ পিছত খেৰ পৰীক্ষা কৰিব। ... সামান্য তত্ত্ব আৰু গণনাৰ সহায়ত সেই কামটো কৰাহেঁতেন তেওঁ নব্বৈ শতাংশ শ্ৰমৰ পৰা ৰক্ষা পৰিলহেঁতেন৷ এই কথা জানিও মই এনে দুখজনক কামৰ সাক্ষী আছিলোঁ।<ref>''New York Times'' (19 October 1931)</ref>
<ref>''New York Times'' (19 October 1931)</ref>
 
==উৎস==