লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: উলটিওৱা হৈছে ২০১৭ উৎস সম্পাদনা
টেগ্‌: মেনুৱেল ৰিভাৰ্ট ২০১৭ উৎস সম্পাদনা
৩০ নং শাৰী:
 
==বেজবৰুৱাৰ মৃত্যুত বিভিন্নজনৰ মন্তব্য==
[[File:Rabindranath Tagore in 1909.jpg|thumb|150px|'''"ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰদেশত তেওঁলোকৰ নিজৰ ভাষাৰ পূৰ্ণ ঐশ্বৰ্য্য উদ্ভাৱিত হ’লে তেতিয়াহে পৰস্পৰৰ মাজত নিজৰ শ্ৰেষ্ঠ অৰ্ঘৰ দান-প্ৰতিদান সাৰ্থক হ’ব পাৰিব আৰু সেই উপলক্ষেই শ্ৰদ্ধা সমন্বিত ঐক্যৰ সেতু প্ৰতিষ্ঠিত হ’ব। জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধনা অতন্দ্ৰিয় আছিল।"'''-[[ৰবীন্দ্ৰনাথ ঠাকুৰ]]]]
* ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰদেশত তেওঁলোকৰ নিজৰ ভাষাৰ পূৰ্ণ ঐশ্বৰ্য্য উদ্ভাৱিত হ’লে তেতিয়াহে পৰস্পৰৰ মাজত নিজৰ শ্ৰেষ্ঠ অৰ্ঘৰ দান-প্ৰতিদান সাৰ্থক হ’ব পাৰিব আৰু সেই উপলক্ষেই শ্ৰদ্ধা সমন্বিত ঐক্যৰ সেতু প্ৰতিষ্ঠিত হ’ব। জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধনা অতন্দ্ৰিয় আছিল।
** [[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰ]]<ref name="jatindra">সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰ নাথ গোস্বামী, জ্যোতি প্ৰকাশন, পানবজাৰ, গুৱাহাটী, ১৯৯২ চন </ref>