গ্যেটে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
১৩ নং শাৰী:
# জ্ঞানগৰ্ভ কথাসমূহ ইতিমধ্যে হেজাৰজনৰ মনত উদ্ৰেক হৈছে, কিন্তু সেই চিন্তাসমূহক আমাৰ নিজৰ কৰি ল’বলৈ আন্তৰিকতাৰে আকৌ এবাৰ ভাবিব লাগিব, যাতে সেইবোৰ আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ মাজত সোমাই পৰে৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১০৭ বাণী মন্দিৰ, ২০০৩</ref>
# সংসাৰ ধুমুহাতে গঠিত হয় চৰিত্ৰ৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১১১ বাণী মন্দিৰ, ২০০৩</ref>
# যিকোনো এটা কাম কৰাৰ সপক্ষে বা বিপক্ষে হৰজাৰটাহাজাৰটা যুক্তি থাকিব পাৰে৷ তৰ্কৰ নিপুণতা ফুটি উঠিব দুয়োটা পক্ষৰ যুক্তিবোৰ ভালকৈ উপস্থাপন কৰিবলৈ জনাৰ মাজত, কিন্তু জীৱনৰ নিপুণতা ফুটি উঠিব সেই যুক্তিবোৰৰ নিৰান্নব্বৈ শতাংশকেই নাকচ কৰিব পৰাৰ মাজত৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১২৮ বাণী মন্দিৰ, ২০০৩</ref>
# তিৰোতাৰ লগত সামাজিক সম্পৰ্কই হ’ল সদাচাৰৰ মূলমন্ত্ৰ৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১৩৯ বাণী মন্দিৰ, ২০০৩</ref>
# ততালিকে সংগ্ৰহ কৰা ধন শেষ হৈ যায়, কিন্তু ধীৰে ধীৰে সংগ্ৰহ কৰা ধন দুগুণকৈ বাঢ়ি যায়৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১৫১ বাণী মন্দিৰ, ২০০৩</ref>
"https://as.wikiquote.org/wiki/গ্যেটে"ৰ পৰা অনা হৈছে