নিক'লা টেছলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
১ নং শাৰী:
[[চিত্ৰ:Tesla3.jpg|thumb|right|[[বৈজ্ঞানিক]] মানুহে তাৎক্ষণিক [[ফল]]ৰ লক্ষ্য নিদিয়ে। তেওঁ আশা নকৰে যে তেওঁৰ উন্নত [[ধাৰণা]] সহজেই গ্ৰহণ কৰা হ’ব... তেওঁৰ [[কৰ্তব্য]] হ’ল যিসকল আহিবলগীয়া তেওঁলোকৰ বাবে ভেটি স্থাপন কৰা, আৰু পথ আঙুলিয়াই দিয়া।]]
'''[[:as:নিকোলা টেছলা|নিকোলা টেছলা]]''' ({{Lang-en|Nikola Tesla ; ১০ জুলাই ১৮৫৬ – ৭ জানুৱাৰী ১৯৪৩}}) হৈছে এগৰাকী ছাৰ্বিয়ান-আমেৰিকান পদাৰ্থবিজ্ঞানী, উদ্ভাৱক আৰু বৈদ্যুতিক অভিযন্তা। সামৰিক সীমান্তত (বৰ্তমানৰ ক্ৰ'ৱেচিয়াক্ৰ’ৱেচিয়া) জন্মগ্ৰহণ কৰা টেছলা পিছলৈ আমেৰিকাৰ নাগৰিক হৈছিল। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লানিক’লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।
 
== উদ্ধৃতিসমূহ ==
১৫ নং শাৰী:
* পাৰমাণৱিক শক্তিৰ ধাৰণাটো মায়াময় যদিও ই মনত ইমানেই শক্তিশালীভাৱে ধৰি লৈছে, যে যদিও মই পঁচিশ বছৰ ধৰি ইয়াৰ বিৰুদ্ধে প্ৰচাৰ কৰি আহিছো, তথাপিও কিছুমানে ইয়াক বাস্তৱায়িত কৰিব পৰা বুলি বিশ্বাস কৰে। <ref>Quoted in 'Tesla, 75, Predicts New Power Source', New York Times (5 Jul 1931), Section 2, 1.</ref>
 
* যদি এডিছনক ঘাঁহৰ থোপা এটাত থকা বেজী এটা বিচাৰিবলৈ দিয়া হয়, তেন্তে তেওঁ মৌমাখিসদৃশ অধ্যৱসায়েৰে আগবাঢ়ি গৈ তেওঁৰ সন্ধানৰ বস্তুটো বিচাৰি নোপোৱালৈকে খেৰৰ পিছত খেৰ পৰীক্ষা কৰিব। ... সামান্য তত্ত্ব আৰু গণনাৰ সহায়ত সেই কামটো কৰাহেঁতেন তেওঁ নব্বৈ শতাংশ শ্ৰমৰ পৰা ৰক্ষা পৰিলহেঁতেন৷ এই কথা জানিও মই এনে দুখজনক কামৰ সাক্ষী আছিলো।আছিলোঁ।
<ref>''New York Times'' (19 October 1931)</ref>