শেখ মুজিবুৰ ৰহমান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
টেগ্: উলটিওৱা হৈছে |
||
৭ নং শাৰী:
#আমি গণতন্ত্ৰ বিচাৰো, উচ্ছৃংখলতা নিবিচাৰো, কাৰো বিৰুদ্ধে ঘৃণা সৃষ্টি কৰিবও নিবিচাৰো। অথচ কিছুমান কাকতে মুছলমানসকলক ৰক্ষা কৰিবলৈ সংঘবদ্ধ হোৱাৰ উদগনি দিছে। যি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি দেশৰ মানুহে তেজ দিছে, যদি কোনোবাই ইয়াত বহি তাৰ (সাম্প্ৰদায়িকতাৰ) বীজ বপন কৰিব বিচাৰে, তেন্তে সেয়া কি আপোনালোকে সহ্য কৰিব?<ref name="bongo" />
#বংগৰ উৰ্বৰ মাটিত যেনেকৈ সোণ উপজে, ঠিক তেনেকৈ পৰজীৱীও উপজে! একে ধৰণে বাংলাদেশত কিছুমান ৰাজনৈতিক পৰজীৱী আছে, যিবোৰ বংগৰ জনসাধাৰণৰ বৰ্তমানৰ দুখ-দুৰ্দশাৰ বাবে দায়ী।<ref name="bongo" />
==মুজিবৰ বিষয়ে উক্তি==
* কলিকতা অসামৰিক আদালতৰ অধিবক্তা চণ্ডীদাস ডাঙৰীয়া। তেওঁৰ গৌৰীবালা দাস নামৰ কন্যা সন্তান আছিল। চণ্ডীদাসৰ সহকাৰী অধিবক্তা শ্ৰীযুত অৰণ্য কুমাৰ চক্ৰৱৰ্তীয়ে নিয়মিতভাৱে কলিকতাত থকা চণ্ডীদাসৰ বাসগৃহলৈ আহিছিল। এই উপলক্ষে অৰণ্য কুমাৰ চক্ৰৱৰ্তীৰ গৌৰীবালাৰ সৈতে অবৈধ সম্পৰ্ক আছিল। ফলত গৌৰীবালা গৰ্ভৱতী হয়। গৌৰীবালাই যেতিয়া গৰ্ভৱতী বুলি গম পায়, তেতিয়া গৌৰীবালাই অৰণ্য কুমাৰক বিয়া কৰাবলৈ হেঁচা প্ৰয়োগ কৰে। অৰণ্য কুমাৰে এই কথাত সন্মতি নিদিলে আৰু লগতে এই অবৈধ সম্পৰ্কক অস্বীকাৰ কৰে। ইফালে চণ্ডীদাসে কথাটো গম পাই চিন্তিত হৈ পৰিল। That's it In between গৌৰীবালাই ১২/১২/১৯২০ তাৰিখে এটি পুত্ৰ সন্তান জন্ম দিয়ে। তেওঁৰ নাম আছিল দেৱদাস চক্ৰৱৰ্তী। চণ্ডীদাসে অৰণ্য কুমাৰ চক্ৰৱৰ্তীক গৌৰীবালাক বিয়া কৰাবলৈ হেঁচা দি থাকিল, কিন্তু অৰণ্য কুমাৰে নাকচ কৰিলে। ইফালে দেৱদাসৰ বয়স ২ বছৰ বৃদ্ধি পালে। চণ্ডীদাস হতাশ হৈ পৰিল আৰু বৰ অসুস্থ অনুভৱ কৰিলে। দেৱদাসৰ ৩ বছৰ বয়সত দেৱদাসৰ শাহুৱেকে শ্বেখ লুতফৰ ৰহমান গৌৰীবালাক বিয়া কৰায়। তাৰ পিছত গৌৰীবালাৰ নাম চলিহা বেগম আৰু পুত্ৰৰ নাম দেৱদাস চক্ৰৱৰ্তীৰ সলনি শ্বেখ মুজিবুৰ ৰহমান ৰখা হয়।"
** ৰেহানা আক্টাৰ ৰাণু, ৯ জুন ২০১৩ বাংলাদেশ সংসদত [https://bangla.bdnews24.com/politics/article634711.bdnews] [https://www.prothomalo.com/bangladesh/%E0%A6%85%E0%A6%B6%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A6%A8-%E0%A6%AC%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%87-%E0%A6%86%E0%A6%AC%E0%A6%BE%E0%A6%B0-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%AA%E0%A7%8D%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A6%A6] [https://dhakajournal.com/%e0%a6%a4%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%ac%e0%a6%a7%e0%a6%be%e0%a6%af%e0%a6%bc%e0%a6%95-%e0%a6%a8%e0%a6%bf%e0%a6%af%e0%a6%bc%e0%a7%87-%e0%a6%9a%e0%a7%81%e0%a6%a6/] [https://m.youtube.com/watch?si=mls9GFkwrVJBBRJG&v=HV0Wvz_FX-s&feature=youtu.be]
==উৎস==
{{Reflist}}
|