বিক্ৰম সাৰাভাই

এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক

বিক্ৰম অম্বালাল সাৰাভাই (ইংৰাজী: Vikram Ambalal Sarabhai; ১২ আগষ্ট ১৯১৯ – ৩০ ডিচেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল। স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্মভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰে।

বিক্ৰম সাৰাভাইৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. যিজনে কোলাহলৰ মাজতো সংগীত শুনিব পাৰে তেওঁ মহান সফলতা প্ৰাপ্ত কৰিব পাৰে।[উৎসৰ প্ৰয়োজন]

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: