বশীৰ বদ্ৰ (জন্মৰ নাম চৈয়দ মহম্মদ বশীৰ; ইংৰাজী: Bashir Badr; ১৫ ফেব্ৰুৱাৰী ১৯৩৫) এজন ভাৰতীয় কবি। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত উৰ্দু ভাষাৰ পাঠদান কৰিছিল। তেওঁ মূলতঃ উৰ্দু ভাষাত আৰু বিশেষকৈ গজল লিখে।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

দ্বিপদী কাব্য সম্পাদনা কৰক

  1. প্ৰতিটো স্পন্দিত শিলকেই মানুহে হৃদয় বুলি ভাবে
    বয়স উকলি যায় হৃদয়ক হৃদয় বনাবলৈ।[১]
  2. ময়ো পথিক, তুমিও পথিক
    কোনোবাটো কেঁকুৰিত পুনৰ লগ পাম।[১]

উৎস সম্পাদনা কৰক