বব মাৰ্লি
বব মাৰ্লি (৬ ফেব্ৰুৱাৰী ১৯৪৫ – ১১ মে' ১৯৮১) আছিল এগৰাকী জামাইকান গায়ক আৰু গীতিকাৰ। তেওঁৰ গীতত ৰেগে, স্কা আৰু ৰকষ্টিডিৰ মিশ্ৰণ দেখা যায়।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- এজন মানুহৰ মহানতা তেওঁ আহৰণ কৰা ধনৰ ওপৰত নহয়, তেওঁৰ সততা আৰু তেওঁৰ চাৰিওফালৰ লোকসকলক ইতিবাচকভাৱে প্ৰভাৱিত কৰাৰ ক্ষমতাৰ ওপৰতহে নিৰ্ভৰ কৰে।[১]
- আমাৰ শিক্ষা নাই, প্ৰেৰণা আছে; যদি মই শিক্ষিত হ'লোহেঁতেন তেন্তে মই এজন অভিশপ্ত মূৰ্খ হ'লোহেঁতেন।[২]
- অধিকাৰে আপোনাক ধনী কৰি তোলে? মোৰ সেই ধৰণৰ সমৃদ্ধি নাই। মোৰ সমৃদ্ধি হৈছে জীৱন, চিৰদিনলৈ।
- বিচাৰ নকৰিব, যদিহে আপুনি বিচাৰৰ বাবে সাজু নহয়।
উত্স
সম্পাদনা কৰক- ↑ নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ, ২০২১
- ↑ Declan Lowney, Time Will Tell (1992)