ছাৰ ফিলিপ ছিডনী (ইংৰাজী: Sir Philip Sidney; ৩০ নৱেম্বৰ ১৫৫৪ – ১৭ অক্টোবৰ ১৫৮৬) এগৰাকী ইংৰাজী কবি, সভাসদ, পণ্ডিত আৰু সৈনিক আছিল৷ তেওঁক এলিজাবেথীয় যুগৰ অন্যতম বিশিষ্ট ব্যক্তি হিচাপে স্মৰণ কৰা হয়।

ছাৰ ফিলিপ ছিডনী

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. মহৎ চিন্তাৰে জীৱন যাপন কৰা৷ দেখিবা, তুমি কোনো দিনেই এই পৃথিৱীত অকলশৰীয়া হোৱা নাই৷
  2. মহৎ চিন্তাৰ সৈতে থকাসকল কেতিয়াও অকলশৰীয়া নহয়৷[১]

উৎস সম্পাদনা কৰক

  1. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, সাধাৰণ মানুহৰ অসাধাৰণ কথা, বাণী মন্দিৰ ২০০৩